ৰবিবাৰে পুৱা ৭:৩০ বজাত নামনিমুৱা কামৰূপ এক্সপ্ৰেছত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৰানস্ত্ৰ খিনি। ৰেইলখন ষ্টেচনৰ ১ নং প্লেটফৰ্মত ৰখাই থোৱাৰ সময়তে ১১ নম্বৰ ডবাত উদ্ধাৰ হয় সামগ্ৰীখিনি। দবাটোৰ
Category: Top News
গোঁসাইগাঁওৰ অন্তৰ্গত ৩ নং দাৱাগুৰি গাওঁত যোৱানিশা এক নৃশংস সত্যকাণ্ড সংঘটিত হয়। গাঁওখনৰ বাসিন্দা হজৰত আলীৰ পুতেক আক্তাৰ হুছেইন নামৰ ( ৩০)যুৱকক যোৱানিশা নৃশংসভাবে হানি-খুছি হত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ
গৰুৰ ছিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য খনতে তোলপাৰ লাগি থকাৰ সময়তে আজি জুৰীয়াত আৰক্ষীয়ে দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনি খনকৈ জিলা অতিক্ৰম কৰি নগাঁও
জুৰীয়া তেলিয়া বেবেজীয়া গাৱঁৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী জাপানীজ এনকেফাইতিজ আক্ৰান্ত।ইতিমধ্যে GNRCত মহিলা গৰাকী চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ ওভতাই আনে।উল্লেখ্য যে জুৰীয়াৰ সমীপৱৰ্তী
আজি ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিয়ে মঙ্গলদৈ চহৰৰ ১০ নং ওৱাৰ্ডৰ বানপিড়ীত সকলক ভকতপাৰা আবছু আৰু দৰং আৰক্ষী অধীক্ষকৰ সহযোগত পাচঁ আজি শতাধিক লোকক বান সাহাৰ্য্য আগবঢ়ায়। দৰং জিলা