প্ৰতিষ্ঠানটিৰ পৰা আটক কৰা যুৱক-যুৱতীহালক ৰাইজে উত্তম-মধ্যম শোধাই চমজাই দিয়ে আৰক্ষীক গোলাঘাট জিলাৰ পূব আমোলাপাট্টিত ৰাইজে উৎখাত কৰিলে দেহ ব্যৱসায়ৰ ঘাটি। ডিম্বেশ্বৰ গগৈ নামৰ পথৰ কাষৰ আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই একাংশ ৰাইজে উৎখাত কৰে। আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটিৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতী আৰু এজন
Category: Top News
গুৱাহাটী মহানগৰীত এগৰাকী বিধৱা বোৱাৰাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। বোৱাৰীগৰাকীৰ পুত্ৰই এয়া এক সাধাৰণ দুৰ্ঘটনাজনিত ঘটনা বুলি উল্লেখ কৰিছে যদিও আন একাংশই এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। কিয়নো মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বোৱাৰীগৰাকীৰ পৰিয়ালটোৰ কেইবাজনো পুৰুষ সদস্যক ইতিমধ্যে দুৰ্বৃত্তই নৃশংসভাৱে
গুৱাহাটীৰ লাচিত ঘাটত উদ্ধাৰ দুটাকৈ শিশুৰ মৃতদেহ। ৫-৬ মহীয়া শিশু দুটিক গাঁতত পুতিবলৈ চেষ্টা কৰিছিল কোনো লোকে। কিন্তু গাঁত খান্দি নোপোতাকৈ পেলাই থৈ যায় শিশুদুটিৰ মৃতদেহ। মৃত শিশুদুটিৰ এটি ল’ৰা আৰু এজনী ছোৱালীৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুদুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে
গুৱাহাটী, ১২ জানুৱাৰী: ভাৰতৰ ৩৫ খন ৰাজধানী চহৰৰ ভিতৰত ৩১ নম্বৰ স্থান লাভ কৰা স্বচ্ছ সর্বেক্ষণ বঁটা ২০২৩ ত গুৱাহাটীৰ নিৰাশাজনক প্রদর্শনক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। এই আতংকজনক ফলাফলে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা মহানগৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ আজি দলটোৰ মুখ্য কার্যালয়ত এক সংবাদ মেল যোগে
এই বছৰটোত বলীউডৰ বহু চেলিব্ৰেটী বিবাহপাশত আৱদ্ধ হ’ব।শেহতীয়াকৈ আমিৰ খানৰ কন্যা ইৰা খানে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভুক্ত হৈছে অভিনেত্ৰী ৰকুলপ্ৰীত সিং।হয়, অভিনেতা-প্ৰযোজক জেকী ভাগনানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব এইগৰাকী সুন্দৰী। ৰকুল আৰু জেকীৰ বিয়া হ’ব ২২ ফেব্ৰুৱাৰীত। তেওঁলোকৰ বিয়াৰ