Category: Top News
এটা খবৰ, এটা মতামত আৰু এটা প্ৰতিশ্ৰুতি আকৌ সৰ্ব্বসাধাৰণ জনতাৰ ওপৰত ৰামটাঙোন চৰকাৰৰ আজি পুনৰ মূল্যবৃদ্ধি হল পেট্ৰল ডিজেলৰ। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯ পইচাকৈ বৃদ্ধি কৰাৰ লগতে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য বৃদ্ধি কৰে ৬ পইচাকৈ। কিয় কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে সৰ্ব্বসাধাৰণ জনতাৰ কথা এবাৰো নভবাকৈ, নিজৰ ইচ্ছা মতে পেট্ৰ’ল ডিজেলৰ
উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত অসমত চলি থকা এন আৰ চি উন্নতীকৰণ প্ৰক্ৰিয়াৰ ভিতৰুৱা কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি থকা বাবে আজি শীৰ্ষ আদালত খনে দেশৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এক প্ৰকাৰৰ ধমক দিয়ে।উল্লেখযোগ্য যে আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ গোচৰৰ শুনানি আছিল। এই শুনানিৰ ভিতৰুৱা কথা
এজাক বৰষুণৰ বাবেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৃত্ৰিম বানপানীৰ। কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে ইমাণ বোৰ আচঁনি প্ৰস্তুত কৰে ৰাজ্য চৰকাৰে, তাৰ পাছতো কিয় নিৰ্মূল কৰিব নোৱাৰে কৃত্ৰিম বানৰ সমস্যা। এয়া চৰকাৰৰ অৱহেলা নে অমনোযোগিতা। নে ৰাইজক দেখুৱাবলৈ হে আঁচনি বোৰ গ্ৰহণ কৰে আৰু পিছলৈ ফুটুকাৰ ফেন হৈ পৰে? এয়া