Category: Top News

আজি মহৰম

আজি মহৰম

আজি মহৰম। একেশ্বৰবাদী মুছলমানসকলৰ এটি পবিত্ৰ উৎসৱ মহৰম। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। এই মহৰম মিলনৰ উৎসৱ কিন্তু সেই মিলন হাজাৰ হাজাৰ শোকাৰ্ত, অশ্ৰুসিক্ত মানবৰ হিয়া ভঙা কান্দোনেৰে বেদনাগধুৰ। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি বিজড়িত মহৰম মাহ অতি পবিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

    যেতিয়াই ধৰাত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদূৰ্ভাৱ বাঢ়ে, তেতিয়া সাধুসকলৰ পৰিত্ৰাণ অাৰু দুষ্কৃতিকাৰীসকলৰ বিনাশ সাধন কৰি ধৰ্ম সংস্থাপন কৰিবলৈ যুগে যুগে অৱতাৰ ধৰো। বানী যিদৰে ধৰ্মজগতত চিৰন্তন সত্য বুলি মানি লোৱা হৈছে, সেইদৰে ই ইতিহাসতো সত্য। ইতিহাসৰো পুনৰাভিনয় হয়। অাজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ১৪৪৯ খ্ৰীষ্টাব্দত আহিন

ধিং এক্সপ্ৰেছ হিমা দাসলৈ ২০ লাখ টকা অনুদান

ধিং এক্সপ্ৰেছ হিমা দাসলৈ ২০ লাখ টকা অনুদান

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত । ধিং এক্সপ্ৰেছ হিমা দাসলৈ ২০ লাখ টকা অনুদান হিচাপে আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে। দিল্লীত অনুষ্ঠিত হোৱা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰে ৰাজনাথ সিঙে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্দ্ধন সিং ৰাথোৰ। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

বিৰাজ হাজৰিকাৰ মহান যাত্ৰাপথৰ সংগী আপুনিও হবলৈ বিচাৰে নেকি

বিৰাজ হাজৰিকাৰ মহান যাত্ৰাপথৰ সংগী আপুনিও হবলৈ বিচাৰে নেকি

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত প্ৰতিদিনে দুখীয়া মানুহৰ বাবে কাম কৰি যাবলৈ বিচৰা বিৰাজ হাজৰিকা( গৰীবৰ বন্ধু, FRIENDS OF POOR) ৰ আপুনিও যাত্ৰা পথৰ সংগী হব বিচাৰে নেকি? CISF ৰ এজন জোৱান। নাম বিৰাজ হাজৰিকা। বিশাল হৃদয়ৰ মানৱদৰদী এজন ব্যক্তি। এইজন বিৰাজ হাজৰিকা (গৰীবৰ বন্ধু, FRIENDS OF

প্ৰদীপ চন্দ্ৰ শালৈ নতুন মহানগৰ আৰক্ষী আয়ুক্ত

প্ৰদীপ চন্দ্ৰ শালৈ নতুন মহানগৰ আৰক্ষী আয়ুক্ত

গুৱাহাটী মহানগৰীৰ নতুন আৰক্ষীৰূপে নিযুক্ত হব শীৰ্ষ আৰক্ষী বিষয়া প্ৰদীপ চন্দ্ৰ শালৈ। IPS বিষয়া প্ৰদীপ চন্দ্ৰ শালৈ বৰ্তমান অসম আৰক্ষীৰ প্ৰাশাসনিক শাখাৰ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। নবনিযুক্ত প্ৰদীপ চন্দ্ৰ শালৈ হব চতুৰ্থ গৰাকী মহানগৰ আৰক্ষী আয়ুক্ত। বৰ্তমানৰ আৰক্ষী আয়ুক্ত হীৰেণ চন্দ্ৰ নাথক অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হিচাপে বদলি