After 38 years of perennial struggle Assam is finally going to be an illegal migrant free state. Expressing relief over the newly released NRC final draft, the president of All Assam Students Union Dr.Sammujjal Bhattacharya said, “It is sheer hard work and 38 years long struggle of the martyrs,
Category: Top News
বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত পল্টন বজাৰ ৰেল ষ্টেচনত ২ লাখ ৪০ হাজাৰ মূল্যৰ ৪০ কেজি গাঞ্জা উদ্ধাৰ নামনিমুৱা ৰেল এক্সপ্ৰেছৰ পৰা উদ্ধাৰ। এই গাঞ্জা খিনি ২৪টা পেকেটত ভৰাই লৈ আহিছিল।
ব্ৰেকিং নিউজ গুৱাহাটী টাইমছৰ হাতত এন আৰ চিক লৈ গুৱাহাটী প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ বৈঠক খন অনুষ্ঠিত হয়। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লগতে ডিজিপি, জিলাৰ উপায়ুক্ত,আৰক্ষী আৰু এন আৰ চি কৰ্তৃপক্ষ
অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি , জকাই সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক , প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ দেৱ গোস্বামীৰ বিয়োগত শোকত ভাগি পৰে সমগ্ৰ অসমবাসী। গুৱাহাটী টাইমছৰ ফালৰ পৰাও জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।
গুৱাহাটীস্হিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপ পৰীক্ষা নিয়এক অৰূপজ্যোতি দেৱশৰ্মাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।বিশ্ববিদ্যালয়ৰ ছাএ-ছাত্ৰী সকলৰ পৰা উৎকোচ লৈ তাৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ অভিযোগত মংগলবাৰে আৰক্ষীয়ে অৰূপজ্যোতি দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰে।