জামুগুৰি থানা ঘেৰাও কেইবা শতাধিক মহিলাৰ ৷ সংগ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ অবৈধ অৰুনাচলী মদৰ ব্যৱসায় বন্ধ কৰাৰ দাবী ।
Category: Top News
ধিঙত পিষ্টলসহ এজনক অাটক । নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীয়ে অভিযান চলায় বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে ।
▶ Check out my gear on Kit: https://kit.com/guwahatitimes6 ?নগাঁও উৰিয়া গাঁও বাইপাছত কেঁকো সাপ সহ দুজনক গ্ৰেপ্তাৰ ৷ ?ধৃত কেঁকো সাপ সৰবৰাহকাৰী দুইজন হ’ল – আমনিৰ আফাজুদ্দিন আৰু বিল্লাল উদ্দিন
Anchor : Shahnawaz Aamir. Camera : Elias. Venue: Shraddhanjali Kanan Park. Video sponsored by : Reyaz Hair Clinc. Thanks To Xahid Khan for giving us his precious time for this
চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান । ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। অধুনালুপ্ত ‘ৰংঘৰ’ আলোচনীৰ সম্পাদক মাণিক বৰা, বিস্ময় গোষ্ঠীৰ সৈতেও জড়িত আছিল ।