চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ।

চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ।

চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ।

৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে।

অধুনালুপ্ত ‘ৰংঘৰ’ আলোচনীৰ সম্পাদক মাণিক বৰা, বিস্ময় গোষ্ঠীৰ সৈতেও জড়িত আছিল ।

‘বৈৰাগী বিহংগ’ উপন্যাসৰ ৰচয়িতা আছিল নিৰ্মাতাগৰাকী।

তথ্যচিত্ৰ নিৰ্মাণ, চিত্ৰনাট্য ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটি গল্পও ৰচনা কৰিছিল বৰাই।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.