শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ভাৰতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ ক্ষেত্ৰত লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।মোদী প্ৰশাসনৰ অন্যতম বৃহৎ সাফল্য
Category: Top News
টাইটান কেপিটেল নামৰ ট্ৰেডিং কোম্পানীৰে লুণ্ঠন কেইবা শতাধিক বিনিয়োগকাৰীক সুৰেশ মেধি, নিৰঞ্জন মালাকৰ আৰু ভাস্কৰ কলিতা নামৰ তিনিজন প্ৰৱঞ্চকে লুটিলে কোটি কোটি টকা
আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি।প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে উদযাপন কৰিছে শংকৰদেৱ তিথি।ৰাজ্যৰ প্ৰতিটো নামঘৰ,পীঠত পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন হৈছে মহাপুৰুষ জনাৰ তিথি।এয়া টীয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ
একশৰণ নামধৰ্ম প্ৰৱৰ্তক তথা অসমীয়া জাতি, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।
আজি যোৰহাট জিলাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ “কাৰ্যনিবাহক সভা”। সভাৰ আৰম্ভণিতেই পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে ড° বি আৰ