Category: Top News

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

চিত্ৰগৃহলৈ বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’

পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায় গুৱাহাটী, ২৩ নৱেম্বৰঃ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ কাইলৈ সমগ্ৰ অসমতে মুক্তিলাভ কৰিব৷ আজি মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত ছবিখনিৰ এক বিশেষ প্ৰদৰ্ষণী অনুস্থিত হয়।

সিংহটো আহিছিল মা দুৰ্গাক ভক্ষণ কৰিবলৈ!

সিংহটো আহিছিল মা দুৰ্গাক ভক্ষণ কৰিবলৈ!

দূৰ্গা মাৰ বাহন হৈক্ষে সিংহ, তেওঁ সিংহতে বহি নিজৰ ভক্তক দেখা দিয়ে। কিন্তু দূৰ্গা মায়ে কেনেকৈ সিংহক বাহন হিচাপে পালে ? পৌৰাণিক কথাত এই বিষয়ত বহলাই আছে।হিমালয়ৰ পুত্ৰী দেৱী পাৰ্ৱতীয়ে সৰু কালৰেপৰা ভগৱান শিৱক নিজৰ স্বামী হিচাপে লৈছিল। আৰু তেওঁ শিৱৰে ভক্তি আৰু আৰাধনাত বিলিন হৈ থাকিছিল।যেতিয়া মাতা পাৰ্ৱতীৰ বিবাহৰ

অৱশেষত গুৱাহাটীত উপস্থিত হ’ল নাইজেৰি়য়াত বন্দী হৈ থকা বৰ্ণালী শইকীয়া…

অৱশেষত গুৱাহাটীত উপস্থিত হ’ল নাইজেৰি়য়াত বন্দী হৈ থকা বৰ্ণালী শইকীয়া…

অৱশেষত গুৱাহাটীত উপস্থিত হ’ল নাইজেৰি়য়াত বন্দী হৈ থকা বৰ্ণালী শইকীয়া। নাইজেৰি়য়াত কি ঘটিছিল ভুক্তভোগী মহিলা বৰ্ণালী শইকীয়াৰ লগত ?

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…

মহানগৰীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা। উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী। কলেজ গেটৰ ভঙা ট্রেফিক পইণ্টত উদ্ধাৰ যুৱতীগৰাকী। দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক GMCHলৈ প্রেৰণ।

মুকালমুৱাত পথ দুৰ্ঘটনা; তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত

মুকালমুৱাত পথ দুৰ্ঘটনা; তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত

■মুকালমুৱাৰ 4 নং বৰতলাত পথ দুৰ্ঘটনা।■দূৰ্ঘটনাটোত তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত হয়।■আহত লোক কেইজনক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।■দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।■আহত তিনিজন ক্ৰমে হিৰণ্য দাস(২৬), আনাৰ আলী(২৬) আৰু আব্দুচ চালাম(২৮)।■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়