কাইলৈৰ পৰা নচলিব বাছ, চিটীবাছ, মেজিক, টেম্প’, ই-ৰিক্সা

কাইলৈৰ পৰা নচলিব বাছ, চিটীবাছ, মেজিক, টেম্প’, ই-ৰিক্সা

গুৱাহাটী: অসম মটৰ পৰিবহণ সন্থাই কাইলৈৰ পৰা পালন কৰিবলগীয়া অনিৰ্দিষ্টকালীন চকা বন্ধৰ বাবে কাইলৈৰ পৰা ৰাজপথত নচলিব বাছ, চিটীবাছ, মেজিক, টেম্পো, ই-ৰিক্সা।

দুগুণ ভাড়াবৃদ্ধিৰ দাবীৰ লগতে পথ কৰ ৫০ শতাংশলৈ কম কৰাৰ দাবী তুলিছে মটৰ পৰিবহণ সন্থাই। উল্লেখ্য যে ক’ৰোনাকালীন অৱস্থাত চৰকাৰে ৫০ শতাংশ যাত্ৰী কঢ়িওৱাৰ নিৰ্দেশ দিয়াত যাত্ৰীৰ ভাড়া দুগুণ কৰাৰ বাহিৰে অন্য উপায় নাই বুলি মটৰ পৰিবহণ সন্থাই ব্যক্ত কৰে।

Desk Editor

Related