32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

অসম আৰক্ষীত ব্যাপক ৰদবদল!

Assamese Newsঅসম আৰক্ষীত ব্যাপক ৰদবদল!

অসম আৰক্ষীত ব্যাপক ৰদবদল।

এপিএছ বিষয়া নিলোৎপল শইকীয়াক শালবাৰী, বাক্সাৰ এছ ডি পি অ’ হিচাপে দায়িত্ব দিয়া হৈছে।

তেওঁ পূৰ্বে কাৰ্বি আংলং স্থিত চিলনিৰ অসম পুলিচ (আই আৰ) বেটেলিয়ন অতিৰিক্ত অধীক্ষক হিচাপে দায়িত্বত আছিল।

এপিএছ কৰ্ণব পাটোৱাৰীক উত্তৰ শালমাৰাৰ এছ ডি পি অ’ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

তেওঁ পূৰ্বে গোৱালপাৰাস্থিত প্ৰথম এপিটিএফৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।

এপিএছ কাকলি পাটগিৰিক দিয়া হৈছে তিতাবৰৰ এছ ডি পি অ’ৰ দায়িত্ব।

তেওঁ পূৰ্বে নলবাৰীস্থিত চতুৰ্দশ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।

এপিএছ হিৰেণ কুমাৰক দিয়া হৈছে গোসাঁইগাঁৱৰ এছ ডি পি অ’ৰ দায়িত্ব।

পূৰ্বে তেওঁ আছিল নগাঁৱৰ বৰহমপুৰস্থিত নৱম এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

এপিএছ পাৰ্থপ্রতিম দুৱৰাক দিয়া হৈছে পৰ্বতঝাৰৰ এছ ডি পি অ’ৰ দায়িত্ব।

পূৰ্বে তেওঁ আছিল মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

এপিএছ জনকিশোৰ গগৈক দিয়া হৈছে মাইবং, ডিমা হাছাওৰ এছ ডি পি অ’ৰ দায়িত্ব।

পূৰ্বে তেওঁ আছিল শিলচৰস্থিত ষষ্ঠ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

এপিএছ স্মৃতিৰেখা ফুকনক দিয়া হৈছে বিলাসীপাৰা, ধুবুৰীৰ এছ ডি পি অ’ৰ দায়িত্ব।

পূৰ্বে তেওঁ আছিল তিতাবৰস্থিত তৃতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

এপিএছ অংকুৰজ্যোতি বৰাক দিয়া হৈছে ওমৰাংছ’, ডিমা হাছাওৰ এছ ডি পি অ’ৰ দায়িত্ব।

পূৰ্বে তেওঁ আছিল ডিব্ৰুগড়ৰ টেঙাখাতস্থিত ঊনবিংশ এপি(আইআৰ)বিএনৰ অতিৰিক্ত অধীক্ষক।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!