22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

Assamese Newsনাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন অসম প্ৰদেশ কংগ্ৰেছ কমিটী নাজিৰা নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীৰ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহণ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতিৰ।

বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন অসম প্ৰদেশ কংগ্ৰেছ কমিটী নাজিৰা নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীৰ।

‘আচ্ছেদিন’, সব কা সাথ সব কা বিকাশৰ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী মোডীৰ পৃষ্ঠপোষকতাত ‘বন্ধু’আদানিৰ দপদপনি,কোটি কোটি জনতাৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ আদানিৰ,বিজেপি চৰকাৰ সহযোগত এল আই চি,ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট আদি কাৰণত নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটী নাজিৰা নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী।

LIC আৰু SBI গ্ৰাহকক আৰ্থিক সুৰক্ষা প্ৰদান কৰক,আদানী-আম্বানী প্ৰীতি বন্ধ কৰক,কেন্দ্ৰীয় চৰকাৰ হায় হায় শ্ল’গানেৰে উত্তাল কৰি তোলে এই প্ৰতিবাদী কাৰ্য্যসূচী ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!