CONSTITUTION DAY CELEBRATION : NAGAON

CONSTITUTION DAY CELEBRATION : NAGAON

নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সংবিধান দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আইন মহাবিদ্যালয় কৰ্তৃপক্ষই নগাঁৱৰ গুণাভিৰাম বৰুৱা প্ৰাথমিক বিদ্যালয় , মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত আইন সজাগতা অনুষ্ঠানৰ আয়োজন কৰে । এই সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.