20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

এইকেইটা ৰাশিৰ জাতক–জাতিকাৰ বাবে আজিৰ দিনটোত আছে ভাল খবৰ!

Assamese Newsএইকেইটা ৰাশিৰ জাতক–জাতিকাৰ বাবে আজিৰ দিনটোত আছে ভাল খবৰ!

মেষ : নিজৰ ধাৰণাৰ প্ৰতি আনক আকৃষ্ট কৰা সহজ হ’ব। এই সুযোগ এৰি দিয়া উচিত নহ’ব। আত্মবিশ্বাস বৰ্তি থাকিব।

বৃষ : শেষ পৰ্যায়লৈ চেষ্টা কৰিব লাগিব। কাৰ্যালয়ত কামৰ প্ৰতি মনোযোগ নাথাকিব পাৰে। বিভ্ৰান্ত হ’লে নহ’ব।

মিথুন : অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত। অসহায় মানুহক সহায় কৰিব লাগে। সাময়িক অসুস্থতাই দেখা দিব পাৰে।

কৰ্কট : ঘনিষ্ঠ মানুহৰ সৰু–সুৰা ভুলৰ ক্ষমা কৰি তেওঁলোকক দ্বিতীয় সুযোগ দিয়া ভাল। চকুৰ যতন লওক।

সিংহ : গুৰুত্বপূৰ্ণ কোনো কামলৈ যোৱাৰ পূৰ্বে নিজৰ বাহন পৰীক্ষা কৰক। শৰীৰৰ প্ৰতি নজৰ দিব লাগিব।

কন্যা : যিকোনো কামত সফলতা আহিব। দীৰ্ঘদিনৰ কোনো স্বাস্থ্যজনিত সমস্যা সমাধান হ’ব পাৰে।

তুলা : নিজৰ ৰসিকতাবোধে চাপমুক্ত হৈ থকাত সহায় কৰিব। নিজৰ সক্ৰিয়তাৰে সফলতা লাভ কৰিব পাৰিব।

বৃশ্চিক : অতীতৰ কোনো মানুহৰ সৈতে দেখা হ’ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ সাধ্যৰ বাহিৰত কাম কৰিলে মানসিক চাপ হ’ব পাৰে।

ধনু : ব্যক্তিগত আৰু পেছাগত জীৱনত কোনো পৰিৱৰ্তন আহিব পাৰে। ইয়াৰ ফলত উদ্বেগ বাঢ়িব পাৰে।

মকৰ : জীৱনৰ পথত অহা যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পাৰে। ফলত উদ্বেগ বাঢ়িব।

কুম্ভ : নিজৰ সমস্যা সমাধানৰ ক্ষমতাৰ দ্বাৰা আনক অবাক কৰি দিয়া সম্ভৱ হ’ব। আত্মবিশ্বাস তুংগত থাকিব। নতুন দায়িত্ব লাভ কৰিব পাৰে।

মীন : নিজৰ অৰ্থনৈতিক পৰিস্থিতিৰ দিশত বিশেষ নজৰ দিব লাগিব। মূৰ ঠাণ্ডা ৰাখি পৰিয়ালৰ সকলোৰে কথা বুজিব লাগিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!