বৰপেটাত উদ্ধাৰ হৰিণা পোৱালি৷

0 min read

বৰপেটাত হৰিণা পোৱালি উদ্ধাৰ ৷

বৰপেটাৰ খান্দাৰকুৰ গাঁৱত উদ্ধাৰ হৰিণা পোৱালিটো ৷

গাৱঁখনৰ এটা পৰিয়ালৰ চোতালেৰে দৌৰি যোৱা হৰিণা পোৱালিটো স্থানীয় লোকৰ সহযোগত আৱদ্ধ ৷

বৰপেটা খণ্ড বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিতহৈ হৰিণা পোৱালিটো উদ্ধাৰ কৰিছে ।

হৰিণা পোৱালিটো মানাহৰ বনাঞ্চলৰ পৰা ওলই অহাৰ সন্দেহ কৰা হৈছে ৷

এখন ভৰিত কিছু পৰিমানে আঘাত পোৱা হৰিণা পোৱালিটো প্ৰয়োজনীয় চিকিৎসাৰ পিচত মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হব বুলি বন বিভাগে জানিবলৈ দিছে ৷

You May Also Like

More From Author