দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত মৰিয়নিত আছুৰ মানৱ শৃংখল

দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত মৰিয়নিত আছুৰ মানৱ শৃংখল

চেলেংহাট: দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই মৰিয়নিত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।মৰিয়নিৰ হোলাঙাপাৰ গিৱন অভয়াৰণ্যত তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত তথা মৰিয়নি আৰু নকছাৰী আঞ্চলিক সমিতিৰ সহযোগত গ্ৰহণ কৰা হয় মানৱ শৃংখলৰ কাৰ্যসূচী।

Shahnawaz Hamza