BREAKING: বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ

1 min read

> ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ।

> ওৰেনিশা জেৰাৰ পিছত আমিনুলক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।

> তবলিগী জামাতৰ পৰা কৰ’না ভাইৰাছ বিয়পা নাই চৰকাৰে তবলিগী জামাতৰ সুযোগ লৈ মুছলমান বিৰোধী কাম কাজত লিপ্ত হোৱা বুলি ভয়াৱহ অপপ্ৰচাৰত নামিছিল আমিনুল ইছলাম।

You May Also Like

More From Author