খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ

খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ

খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ

আজি পুৱা বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত হোৱা গোপন তথ্যৰ আধাৰত এক তালাচীত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন।

এখন অট’ত কঢ়িয়াই আনিছিল উক্ত হিৰোইন খিনি।
নাগালেণ্ডৰ পঞ্জীয়ন কৰা অট’খনত ৭৯টা চাবোনৰ বাকচত এক কিলোগ্ৰাম মাৰাত্মক হিৰোইন কঢ়িয়াই আনিছিল।

অটখনৰ নম্বৰ
NL-07F-A-2482

খটখটি থানাৰ অন্তৰ্গত বালিজান ফৰেষ্ট চাৰি আলিৰ তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে হিৰোইন খিনি

সুৰজ আলি নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম আৰক্ষীয়ে।

GTM Desk