নিয়মীয়াকৈ তিনিটা খেজুৰ খাওক আৰু এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

নিয়মীয়াকৈ তিনিটা খেজুৰ খাওক আৰু এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ আঁহ থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ কয়ালোৰি, ৭৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, সাত গ্ৰাম আঁহ, দুই গ্ৰাম প্ৰটিনৰ উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ পৰা সকাহ পাব পাৰি।

খেজুৰৰ ভিতৰত আছে পটাছিয়াম, কপাৰ, য়াঙ্গানিজ,আইৰণ আৰু ভিটামিন ছিক্স। পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ থকা খেজুৰ খালে শৰীৰত ফাইবাৰৰ পৰিমাণ বাঢ়ে।

খেজুৰত থকা এই ফাইবাৰ কোষ্ঠকাঠিন্য দূৰ কৰে। চিকিৎসকে গৰ্ভৱতী মহিলাসকলক এই কাৰণত প্ৰতিদিনে খেজুৰ খাবলৈ পৰামৰ্শ দিয়ে।

 

GTM Desk

Related