উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা। ৰাজহ গাঁৱত চলাব নোৱাৰিব উচ্ছেদ অভিযান !

উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা। ৰাজহ গাঁৱত চলাব নোৱাৰিব উচ্ছেদ অভিযান !

উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা।

বনভূমিৰ বাহিৰে ৰাজহ গাঁৱত উচ্ছেদ কার্য বন্ধ কৰিবলৈ প্রশাসনক নির্দেশ ন্যায়ালয়ৰ

ৰাজহ গাঁৱত চলাব নোৱাৰিব উচ্ছেদ অভিযান

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা

বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদক লৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সুঁতিৰপাৰ গাঁও পঞ্চায়তৰ ১নং, ২নং আৰু ৩নং ৱাৰ্ডত প্রশাসনে চলাইছিল উচ্ছেদ

পঞ্চায়তৰ উচ্ছেদস্থলীত বাধা দিছিল ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই

 

GTM Desk

Related