আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব প্ৰশাসনৰ উচ্ছেদ। দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান।