গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

আজি গৌৰীপুৰৰ পুষ্প হোটেল এণ্ড ৰেষ্ট্ৰোৰেণ্টত সংগঠিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

হোটেল খনৰ ৰান্ধনিশালৰ পৰাই এই জুঁইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে একাংশই ৷

অগ্নিকাণ্ডৰ ফলত হোটেল খনৰ চাৰিটাকৈ কোঠালীৰ বিস্তৰ ক্ষতি সাধন হয় ৷

ঘটনাস্থলীত অগ্নিনিবাপক বাহিনীৰ লোক উপস্থিত হৈ জুই‌ নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অগ্নিকাণ্ড ৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি বিনিষ্ট হয় ৷

তৎক্ষনাত অগ্নিনিবাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল গৌৰীপুৰ চহৰ খন ৷

error: Content is protected !!
%d bloggers like this: