22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক! ৭ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে!

Assamese Newsআজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক! ৭ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে!

শাহুৱেক আৰু স্বামীক হত্যা কৰা বন্দনা কলিতাৰ বুধবাৰে উকলিব আৰক্ষী জিম্মাৰ ম্যাদ। ৫ দিনৰ অন্তত বুধবাৰে আদালতত হাজৰি কৰোৱা হ’ব বন্দনাক৷ অৱশ্যে আৰক্ষীয়ে পুনৰ তদন্তৰ খাতিৰত ৭ দিনৰ জিম্মাত বিচৰাৰ কথা ক’লে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ কিয়নো দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা বন্দনা কলিতাৰ পৰা এতিয়াও কিহৰ বাবে এনে ঘটনা সংঘটিত কৰিলে সেয়া স্পষ্ট হোৱা নাই৷

শাহুৱেকৰ দেহৰ কিছু অংশ লাভ কৰাৰ পিছত মঙলবাৰে স্বামী অমৰজ্যোতিৰ দেহৰ অংশ বিচাৰি ডাউকীত চলাইছিল অভিযান৷ অভিযানত কিছু দেহৰ অংশ লাভ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে এতিয়াও পোৱা নাই৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!