গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!
আয়কৰ বিভাগে অভিযান চলালে গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত
🔷গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ অভিযান।
🔷গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আছে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে।
🔷হাস্পতালৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ , বেংকৰ একাউণ্ট আদিৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে আয়কৰ বিভাগে।
🔷স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ ঘৰতো চলে আয়কৰ বিভাগৰ অভিযান।