মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী…
  • মহানগৰীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা।
  • উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী।
  • কলেজ গেটৰ ভঙা ট্রেফিক পইণ্টত উদ্ধাৰ যুৱতীগৰাকী।
  • দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
  • ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক GMCHলৈ প্রেৰণ।

GTM Desk

Related