আৰ্যভট্ট বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শিক্ষক ..

আৰ্যভট্ট বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শিক্ষক ..

ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ প্ৰদীপ ঘোষ ওৰফে ৰাহুল। আৰ্যভট্ট বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলে দীৰ্ঘদিনৰ পৰা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ । পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ ঘোষক।

GTM Desk

Related