মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ প্ৰাকৃতিক নিৱাসত অঘটন; ষষ্ঠ মহলাৰ পৰা পৰি বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু
The dead woman's body. Focus on hand

মহানগৰীত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। নৱগ্ৰহৰ সমীপস্থ প্ৰাকৃতিক নিবাসৰ ছয় নং ব্লকৰ ষষ্ঠ মহলাৰ পৰা পৰি ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী যুৱতীৰ।

ড: দীনেশ আগৰৱাল নামৰ লোকজনৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত আছিল যুৱতীগৰাকী। চাহ জনগোষ্ঠীয় ২২ বছৰীয়া যুৱতীগৰাকীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় নৱগ্ৰহ অঞ্চলত ৷

ইতিমধ্যে চান্দমাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত ৷

GTM Desk

Related