জালুকবাৰীৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী GTM Desk September 23, 2023 Assamese News মহানগৰীৰ জালুকবাৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান আহুজ আলী নামৰ এজনক আটক কৰে আৰক্ষীয়ে ধৃত আহুজ আলীৰ ঘৰ পশ্চিম বংগত Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram