জালুকবাৰীৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী

জালুকবাৰীৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
🔴
মহানগৰীৰ জালুকবাৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
🔴গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান
🔴আহুজ আলী নামৰ এজনক আটক কৰে আৰক্ষীয়ে
🔴ধৃত আহুজ আলীৰ ঘৰ পশ্চিম বংগত

GTM Desk

Related