বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

বুধবাৰে মুকলি হ’ব জু-ৰোডৰ নৱনিৰ্মিত উৰণ সেতু

🔴 কাতি বিহুৰ দিনাই মহানগৰবাসীক এই উপহাৰ দিব ৰাজ্য চৰকাৰে।

🔴 শ্ৰদ্ধাঞ্জলি উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে ২.৩ কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতুখন।

🔴 ইতিমধ্যে ৰং-তুলিকাৰে সজাই তোলা হৈছে নৱনিৰ্মিত উৰণ সেতুখন।

GTM Desk

Related