চয়মাইল অঞ্চলত ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম!

চয়মাইল অঞ্চলত ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম!

চয়মাইল অঞ্চলত ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম!

গুৱাহাটীত শীঘ্ৰেই হাজাৰ হাজাৰ লোকে জলব’ৰ্ডৰ পানী লাভ কৰিব।

বৰ্তমান ১৫ হাজাৰ লোকে পানী লাভ কৰি আছে। ২০২৪ চনৰ ভিতৰত ডেৰ লাখ লোকক পানী দিয়াৰ লক্ষ্য চৰকাৰৰ। এই কথা সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।

আনফালে এটা x(টুইটৰ) ৰিপ্লায় অনুসৰি, ডিচেম্বৰ মাহৰ ভিতৰত গুৱাহাটী মহানগৰীৰ চয়মাইল অঞ্চলত বসবাস কৰা লোক সকলে লাভ কৰিব জাইকা প্ৰকল্পৰ ৱাটাৰ supplyৰ পানী।

GTM Desk