20.1 C
Assam
Wednesday, November 30, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা ছাত্ৰীৰ

Assamese Newsহাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা ছাত্ৰীৰ

কৰিমগঞ্জ, ৬ জুনঃ কৰিমগঞ্জৰ কৰ্ণমধু এলেকাত অঘটন । দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে এগৰাকী ছাত্ৰীয়ে ।

কমিমগঞ্জৰ জুনিটিলা এলেকাত সংঘটিত হয় এই ঘটনা ।

আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম ছুমনা বেগম বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ।

আনহাতে,ছাত্ৰীৰ গৰাকীৰ আত্মহত্যাৰ পাচতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: