হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মহত্যা ছাত্ৰীৰ

0 min read

কৰিমগঞ্জ, ৬ জুনঃ কৰিমগঞ্জৰ কৰ্ণমধু এলেকাত অঘটন । দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে এগৰাকী ছাত্ৰীয়ে ।

কমিমগঞ্জৰ জুনিটিলা এলেকাত সংঘটিত হয় এই ঘটনা ।

আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম ছুমনা বেগম বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ।

আনহাতে,ছাত্ৰীৰ গৰাকীৰ আত্মহত্যাৰ পাচতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত ।

You May Also Like

More From Author