মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান
বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷
দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ মঙলবাৰৰ পৰা জিএম চি শ্ৰমিক এফালৰ পৰা ভাঙে প্ৰায় শতাধিক দোকান ৷