নতুন বছৰটোত ধিঙৰ বাবে কি ভাল খবৰ আহিল…

0 min read
  •  ধিং এক্সপ্ৰেছ হিমা দাসে টকিঅ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিছে ।বাকী আছে আনুষ্ঠানিক ঘোষণা ।
  •  হিমাৰ পৰিয়ালৰ লোক তথা হিমা ফেন ক্লাৱৰ লগতে ধিং বাসী উৎফুল্লিত হৈ পৰিছে ।
  •  কৃষকৰ জীয়ৰী হিমা দাসে অলিম্পিকত স্থান লাভ কৰাৰ কথা জানিব পাৰি পিতৃ মাতৃয়ে পুৱা গধুলি নিতৌ নামঘৰত কৰিছে প্ৰাৰ্থনা ।
  • স্বৰ্ণ কন্যা হিমা দাসে টকিঅ অলিম্পিকৰ পৰা স্বৰ্ণ পদক আঁজুৰি আনক তাৰ বাবে অসমবাসীৰ পৰা বিচাৰিছে আশীষ ।
  • নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰিৰ গাঁৱৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাসৰ জীয়ৰী হিমা দাস ।
  • হিমা দাসে 4×100 ৰিলেত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে ।

You May Also Like

More From Author