24.7 C
Assam
Monday, June 27, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

Assamese Newsবাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

বাক্সাৰ নিকাছিৰ মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰত যোৱা ১৫ মে’ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন ৷ উখল-মাখল নিকাছীৰ মণি কুমাৰ চুব্বা সমন্ধয় ক্ষেত্ৰ ।

বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন

আনহাতে, উক্ত সন্মিলনখনত গোৰ্খা সকলৰ বিভিন্ন সমস্যাসমূহ উপস্থাপনৰ লগতে গোৰ্খাসকলৰ মূল দাবী গোৰ্খা স্বায়ত্ত্ব পৰিষদ গঠনৰো দাবী উত্থাপন কৰা হ’ব বুলি জানিবলৈ দিছে ৷ ইফালে আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, আগন্তুক ১৮ মে’ত অনুষ্ঠিত হ’বলগীয়া মুকলি অধিৱেশনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: