অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা

অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

দুৰ্ঘটনাত নিহত খ্ৰীষ্ঠফাৰ হেমৰম আৰু তেওঁৰ দল অৰুণাচল প্ৰদেশৰ খ্ৰিষ্টীয়ান ধৰ্মীয় অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহা সময়ত ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হয়

ৰাস্তাত ভূমিস্খলন হোৱাৰ ফলত তেওঁলোকৰ ওপৰত প্ৰকাণ্ড শিল বাগৰি পৰাত চাৰিও জনৰে থিতাতে মৃত্যু ঘটে

দুৰ্ঘটনাগ্ৰস্ত হোৱা ৱেগনাৰ গাড়ী খনৰ নম্বৰ As16J 0871

নিহত চাৰিওজনে কোকৰাঝাৰ জিলাৰ গোসাইগাওঁৰ থানাৰ গাড়ীখনৰ চালক হাব্ৰবিল নেপালপাৰাৰ নিৰমল হেমৰম, শ্ৰীৰামপুৰৰ খ্ৰীষ্ঠফাৰ হেমৰম, অভিজিৎ হেমৰম,লক্ষীনাথ কিস্কু বুলি চিনাক্ত।

GTM Desk