30.2 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

গোসাঁইগাঁৱত ডাঙৰ বগা আৰু ক’লা য়ৰ্কশায়াৰ জাতিৰ বলেৰোঁ ভান ভৰ্তি গাহৰি জব্দ!

Assamese Newsগোসাঁইগাঁৱত ডাঙৰ বগা আৰু ক'লা য়ৰ্কশায়াৰ জাতিৰ বলেৰোঁ ভান ভৰ্তি গাহৰি জব্দ!

✍️গোসাঁইগাঁৱত ডাঙৰ বগা আৰু ক’লা য়ৰ্কশায়াৰ জাতিৰ বলেৰোঁ ভান ভৰ্তি গাহৰি জব্দ!

✍️আজি পুঁৱা ১০ বজাত গোসাইগাঁও আৰক্ষীয়ে জব্দ কৰে ১৫ টাকৈ বহি ৰাজ্যৰ গাহৰি!

✍️পশ্চিমবংগৰ পৰা চোৰাং পথেদি সৰবৰাহ কৰা সময়তে গোসাইগাঁও আৰক্ষীয়ে জব্দ কৰে বলেৰোঁ ভান ভৰ্তি গাহৰি সমুহ!

✍️গোসাইগাঁৱৰ পদ্মবিলত জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে!

✍️জব্দকৃত গাহৰি সমুহ গোসাইগাঁও মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত ৰোখাই থোৱা হৈছে!

✍️জব্দকৃত বাহনৰ নম্বৰ ক্ৰমে AS 12 CC 1403!

✍️ গোপন শুক্ৰৰ তথ্য অনুসৰি গোসাইগাঁৱৰ ফৰেষ্ট, উইলসোন,অমৰেন,বিৰ্কুম নামৰ এই চাৰিজন লোকসকলে সৰবৰাহ কৰিছিল জব্দকৃত গাহৰি সমুহ!

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!