গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান ,গৰু – মহ সৰবৰাহ কৰা দুখন ট্ৰাক আটক

1 min read

গোসাঁইগাঁৱত আৰক্ষীৰ অভিযান  |
গৰু – মহ সৰবৰাহ কৰা দুখন ট্ৰাক আটক |
নিশা বহি :ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰোতে ৩১ নম্বৰ ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰত আটক কৰে |
ইয়াৰে এখন ট্ৰাকত ২২ টা মহ আৰু আন এখন ট্ৰাকত ১৩ পোৱালি গৰু আছিল |
বৰ্তমান মহ আৰু গৰু সৰবৰাহ কৰা ট্ৰাক দুখন আটক কৰি তদন্ত অব্যাহত ৰাখিছে |
ট্ৰাকদুখনৰ ভিতৰত গৰু সৰবৰাহ কৰা ট্ৰাকৰ নম্বৰ হল UP90T 8813  ।
আৰু মহ কঢ়িওৱা ট্ৰাকৰ নম্বৰ হল-AS25EC –   0385  ।

You May Also Like

More From Author