32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নদীবান্ধ বিৰোধী ছবি অংকন কৰা বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

Assamese Newsনদীবান্ধ বিৰোধী ছবি অংকন কৰা বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ।অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু।লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!