নদীবান্ধ বিৰোধী ছবি অংকন কৰা বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

নদীবান্ধ বিৰোধী ছবি অংকন কৰা বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ।অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু।লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।

GTM Desk

Related