সলনি হ’ল IDOLৰ নামাকৰণ 🔴 GUCDOE নামেৰে পৰিচিত হ’ব IDOL 🔴 UGCৰ অনুমোদন সাপেক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ নতুন নামাকৰণ। 🔴 দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ নামেৰে নামাকৰণ। Share this:FacebookTwitterWhatsAppMoreEmailLinkedInTelegram 2023-07-26