গুৱাহাটী: স্কুল বাছৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু প্ৰিয়া কুমাৰীৰ।
– আজি পুৱা মহানগৰীৰ গণেশগুৰিত স্কুল বাছৰ চকাৰ তলত সোমাই থিতাতে মৃত্যু হোৱা প্ৰিয়া কুমাৰী।
-লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়া কুমাৰী।
গুৱাহাটী টাইমচ