১০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হাফলঙৰ অভিযন্তা মনোজ শইকীয়াৰ; উদ্ধাৰ ৪৫ লাখ ৫৪ হাজাৰ টকা
🔴১০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা হাফলঙৰ অভিযন্তা মনোজ শইকীয়াৰ ঘৰত উদ্ধাৰ ৪৫ লাখ ৫৪ হাজাৰ টকা উদ্ধাৰ
🔴ডিমা হাচাওত CMVৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল মনোজ শইকীয়া