আৰবত সন্ধানহীন হাজোৰ ধুহিবালাৰ হজ যাত্ৰী।।

আৰবত সন্ধানহীন হাজোৰ ধুহিবালাৰ হজ যাত্ৰী।।

আৰবত সন্ধানহীন হাজোৰ ধুহিবালাৰ হজ যাত্ৰী।।

হাহাকাৰ লাগিছে হাজোৰ ধুহিবালা গাঁওত এটি পৰিয়ালৰ মাজত ।।

চৌদি আৰাৱত উমৰা হজ কৰিবলৈ গৈ সন্ধানহীন হৈ পৰিছে জয়নাল আবেদিন নামৰ লোক জন।।

গুৱাহাটীৰ ক্ৰেজী ত্ৰিপচ নামৰ ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে জয়নাল আবেদিন আৰু পত্নীয়ে ভ্ৰমণ কৰিছিল চৌদি আৰব ।।

ৰহস্য জনক ভাবে জয়নাল আবেদিন সন্ধানহীন হৈ পৰাত আৰবত থকা পত্নী আৰু পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে।

আনহাতে জয়নাল আবেদিনৰ পুত্ৰই ভাৰতীয় দূতাবাস,,, হজ কমিটি চৌদি আৰৱ প্ৰশাসনৰ লগত যোগাযোগ কৰিছে যদিও কোনো সুফল পোৱা নাই।

আনহাতে মিঠা কথাৰে হজ ভ্ৰমণ কৰিবলৈ লৈ যোৱা ক্ৰেজি ট্ৰিপছ নামৰ ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

হজযাত্ৰী সকলৰ নিৰাপত্তা বিষয়টো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি পৰিয়াল তথা ওচৰ চুবুৰীয়া ই এনেকুৱা পাবত গজা ট্ৰেভেল এজেঞ্চিৰ বিৰুদ্ধে তীব্ৰ সৰৱ হোৱা পৰিলক্ষিত হৈছে।

ভাৰতীয় বিদেশ মন্ত্ৰী এছ জয় শংকৰ,,আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তাক্ষেপ বিচাৰিছে গাঁওবাসীয়ে।।

GTM Desk