দামপুৰত বৃহৎ আকাৰৰ বেলুন আকাশৰ পৰা সৰি পৰা ঘটনাত তিব্ৰ চাঞ্চল্যৰ সৃষ্টি

দামপুৰত বৃহৎ আকাৰৰ বেলুন আকাশৰ পৰা সৰি পৰা ঘটনাত তিব্ৰ চাঞ্চল্যৰ সৃষ্টি

দামপুৰ ভেলামাৰীত এটা বৃহৎ আকাৰৰ বেলুন আকাশৰ পৰা সৰি পৰা ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

ঘটনাৰ বিৱৰণ অনুসৰি হাজো দামপুৰৰ ভেলামাৰিত আজি পুৱাৰ ভাগত আকাশৰ পৰা সৰি পৰে বৃহৎ আকাৰৰ বেলুন সহ এটা হাইড্ৰজেন পাম্প। হাজোৰ ভেলামাৰীৰ পথাৰত সৰি পৰে পাম্প সহ বেলুনটো। ইতিমধ্যে স্থানীয় লোকে আৰক্ষীক এই বিষয়ে অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে বেলুন টো।

GTM Desk

Related