হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড!

মৃত মহিলা গৰাকীৰ নাম ভৱানী দাস। পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। পুত্ৰ বোৱাৰী ঘৰত নথকাৰ সুযোগতে হত্যাকাণ্ড সংঘটিত কৰে স্বামী সমীন দাসে। সম্প্ৰতি কঞা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী স্বামী সমীন দাসক ।

GTM Desk

Related