ইচ্ছা নথকা সত্ত্বেও একাধিক বাৰ হৈছে শাৰীৰিক সম্পৰ্ক! পথ দেখুৱাইছে বিশেষজ্ঞই

ইচ্ছা নথকা সত্ত্বেও একাধিক বাৰ হৈছে শাৰীৰিক সম্পৰ্ক! পথ দেখুৱাইছে বিশেষজ্ঞই
Gentle close-up portrait of man and woman together, happy, looking at each other. Silhouette at beautiful sunset light, wind in hair

ইচ্ছা নাই, তথাপিও একাধিক বাৰ স্থাপন কৰা হৈছে শাৰীৰিক সম্পৰ্ক। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এজন লোকে চিঠি প্ৰেৰণ কৰি জনাইছে যে, তেওঁৰ মনৰ মানুহ বিচাৰিছে। কিন্তু পোৱা নাই বিচাৰি। তাৰ সলনি এট নিশা শাৰীৰিক সম্পৰ্ক বা কেজুৱেল চেক্সৰ জৰিয়তেই সন্তুষ্ট থাকিবলগীয়া হৈছে। যিয়ে ক্ৰমাগত ভাবে মনত গ্লানিৰ জন্ম দিছে।

এই ক্ষেত্ৰত বিশেষজ্ঞা পল্লৱী বৰ্নৱালে জনাই দিছে যে, কেজুৱেল চেক্স বেয়া নহয়। কিন্তু যিমানেই আধুনিক নহওক, আমাৰ সমাজে এতিয়াও কেজুৱেল চেক্সক সহজ ভাবে ল’ব পৰা নাই। আৰু সমাজৰ এই ধাৰণাই আমাক বিষাদগ্ৰস্ত কৰি তোলে। নিজকে অপৰাধী যেন লাগে সমাজৰ আগত।

GTM Desk