আপোনাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা

1 min read

– পূজাৰ পিছত পিছত ক’ভিডৰ পজিটিভিটি ৰেট ২ শতাংশ লৈ নামি আহিছে।

-আজি ১০ হাজাৰৰ তলত নামিব ক’ভিডত আক্ৰন্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা।

-অসমৰ বাহিৰৰ পৰা অহা লোকে বাহিৰত টেষ্ট কৰা ৭২ ঘন্টা পিছত অসমত আহি কৰিব নালাগে ক’ভিড টেষ্ট।

– ১০ বছৰৰ তলৰ শিশুৱে কৰিব নালাগে টেষ্ট ।

-২২ নবেম্বৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব অৰুণোদয় আঁচনি।

– ভূৱা হিতাধিকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হ’ব গোচৰ।

– কাইলৈ অসমৰ চাহ বাগিছা অঞ্চলত ১০৪ খন স্কুলৰ আধাৰশিলা স্থাপন কৰা হ’ব।

– অসমৰ ইতিহাসত এনে বিপ্লব কেতিয়াও হোৱা নাছিল।

– মুঠ ১১৯ খন চাহ বাগিছাত স্থাপন কৰা হ’ব হাই স্কুল।

You May Also Like

More From Author