বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

বাণিজ্য শাখাত চতুৰ্থ স্থান গোলাঘাটৰ জ্ঞানদ্বীপ দুৱৰাৰ

গোলাঘাট,25 জুনঃ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত চতুৰ্থ স্থান দখল কৰি গোলাঘাটলৈ সুমান কঢ়িয়াই আনিছে জ্ঞানদ্বীপ দুৱৰাই। গোলাঘাটৰ ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদ্বীপ দুৱৰা। মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ দুৱৰাৰ সফলতাত আনন্দমুখৰ পৰিৱেশ বিৰাদ কৰিছে গোলাঘাট জিলাত ৷

গোলাঘাটলৈ সুমান কঢ়িয়াই আনিলে জ্ঞানদ্বীপ দুৱৰা ৷ গোলাঘাটৰ ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদ্বীপ দুৱৰাই বাণিজ্য শাখাত চতুৰ্থ স্থান দখল কৰে ৷

GTM Desk