26.9 C
Assam
Friday, August 19, 2022

Featured News

Two arrested for cattle smuggling in Assam

Assam Police on Thursday arrested two persons...

Assam: 3 nabbed for rhino horn smuggling near Kaziranga

Forest officials in Assam caught three persons...

বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী

Assamese Newsবিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হোৱা বিজ্ঞান শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে-

প্ৰথম স্থান

  • শীৰ্ষ স্থান দখল কৰিছে বৰপেটাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশে লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ।
দ্বিতীয় স্থান-

  • নায়িমা ফিৰ্দুচ বৰভূঞা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ- মুঠ নম্বৰ- ৪৮২।

তৃতীয় স্থান

  • প্ৰীতপল বেজবৰুৱা, চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৮১।

চতুৰ্থ স্থান –

  • নিবিৰ ডেকা, আনন্দ ৰাম বৰুৱা একাডেমী,বৰপেটা। মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯
  • সাগৰ গোৱালা, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৯

পঞ্চম স্থান

  • আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৮

ষষ্ঠ স্থান

  • অৰ্জুন বৰগোহাঁই, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ- ৪৭৭
  • আয়ুসী কাব্ৰা,চাই বিকাশ একাডেমী, কামৰূপ মেট্ৰ- মুঠ নম্বৰ- ৪৭৭
  • ব্ৰেনজীত্‍ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৭

সপ্তম স্থান

  • শুভাশীষ ভৌমিক, গোৱালপাৰা কলেজ, গোৱালপাৰা- মুঠ নম্বৰ- ৪৭৬।
  • অম্লান জ্যোতি পেগু, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
  • সৱনম গুঞ্জন বৰা, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৬।
  • বিভাস কাফলে,তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।
  • অংশুমালী শৰ্মা, তেজপুৰ বেংগলী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ- মুঠ নম্বৰ- ৪৭৬।

অষ্টম স্থান

  • মনিৰুল ইছলাম, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • চিন্ময় নাথ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • আমিশা সিং, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।
  • হিমানজ্যোতি বৰগোহাঁই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৫।

নৱম স্থান

  • আছিফা নাজনীন, মাৰয়াম আজমল মহিলা কলেজ অৱ চাইন্স এণ্ড টেকন’লজি- হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪
  • উত্‍পলৰাজ কেমপ্ৰাই, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।
  • শিবানুজ বৰকটকী, অৰুণোদয় একাডেমী, শিৱসাগৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৪।

দশম স্থান

  • কুনাল তালুকদাৰ, আনন্দ ৰাম বৰুৱা একাডেমী, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • অভিজিত্‍ চৌধুৰী, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • ইফটিকাৰ আহমেদ, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।
  • অংকিতা শইকীয়া, ৰামানুজন জুনিয়ৰ কলেজ,নগাওঁ, মুঠ নম্বৰ লাভ কৰিছে, মুঠ নম্বৰ লাভ কৰিছে- ৪৭৩।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: